Subscribe
URL of the page has been copied to clipboard.
Meaning : ব্যৱস্থাৰ অভাৱ
Example : অব্যৱস্থাৰ কাৰণে কোনো কাম সময়মতে নহয়
Synonyms : অব্যৱস্থা, গণ্ডগোল, গোলমাল, বিশৃংখলা, হুলস্থূল
Meaning : জানি-বুজি বা আকোৰগোজ মনোভাবৰ পৰা জন্ম হোৱা বা অপটু কাৰণত হোৱা খেলিমেলি
Example : আজিকালি প্রায়বোৰ বিভাগতে কিবা কিবা নহয় কিবা গোলমাল থাকেই
Synonyms : অব্যৱস্থা, গণ্ডগোল, গোলমাল, ঘোটালা, বিশৃঙ্খলা
Meaning : কোনো সাধাৰণ কথাক ডাঙৰ কৰি পেলোৱা বা হাই-কাজিয়াৰ এক ৰূপ
Example : আপুনি কথাটোত হুলস্থূল কৰি আমাৰ মাজত কাজিয়া লগাই দিলে
Synonyms : উখল-মাখল, হুলস্থূল
Install App