Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word গৰল from অসমীয়া dictionary with examples, synonyms and antonyms.

গৰল   বিশেষ্য

Meaning : ডিঙি বাঢ়ি অহা এক প্রকাৰৰ ৰোগ

Example : আয়ডিনৰ অভাৱৰ কাৰণে গৰল ৰোগ হয়

Synonyms : গলগণ্ড

Meaning : যি পদার্থ সেৱন কৰিলে বা শৰীৰত প্রৱেশ কৰাৰ লগে-লগে শৰীৰ অস্থিৰ হৈ পৰে আৰু কেতিয়াবা-কেতিয়াবা প্রাণীৰ মৃত্যু পর্যন্ত ঘটিব পাৰে

Example : সমুদ্র মন্থনত ওলোৱা বিহ ভগৱান শংকৰে পান কৰিছিল

Synonyms : কালকূট, জহৰ, বিষ, বিহ, হলাহল