Meaning : বহুত ডাঙৰ শ্্ব্দ কৰা
Example :
মেঘে গৰজিছে
Meaning : খঙত ডাঙৰ শ্্ব্দ কৰা
Example :
বাহিৰত থাকিলে ডিঙিত ভেকুলী বান্ধি থোৱা থাকে আৰু ঘৰত গৰজি থাকে
Synonyms : গৰজি থকা
Meaning : গিৰ-গিৰ শ্্ব্দ কৰা
Example :
ৰৈ ৰৈ বিজুলী চমকি আছিল আৰু মেঘে গৰজি আছিল
Synonyms : গর্জন ্কৰা, গিৰ-গিৰ কৰা