Subscribe
URL of the page has been copied to clipboard.
Meaning : যি ্গাঁও অঞ্চলত বাস কৰে বা গাঁৱত থকা ব্যক্তি
Example : গাঁওবাসীয়ে সাধুজনক আদৰণি জনালে
Synonyms : গঞা, গাঁওবাসী
Meaning : গাঁৱত বাস কৰা তিৰোতা
Example : শিক্ষাৰ ক্ষেত্রত গ্রামীণ মহিলাসকল বহুত পিছ পৰি আছে
Synonyms : ্গাঁৱলীয়া
Meaning : গাঁৱৰ বা গাঁৱৰ সৈতে সম্বন্ধিত
Example : গ্রাম্য জীৱন সৌহার্দ্যপূর্ণ হয়
Synonyms : গ্রাম্য
Install App