Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word গ্রহণ কৰা from অসমীয়া dictionary with examples, synonyms and antonyms.

গ্রহণ কৰা   ক্ৰিয়া

Meaning : কাৰোবাৰ পৰা বা কʼৰবাৰ পৰা কোনো বস্তু আদি নিজৰ হাতলৈ অনা বা অধিকাৰ কৰা:মোৰ কিতাপখন কোনে লʼলে ? তেওঁ অধ্যক্ষৰ হাতৰ পৰা পুৰস্কাৰ গ্রহণ কৰিলে

Example :

Synonyms : লোৱা

Meaning : * কোনো ভূমিকা বা পদ আদি গ্রহণ কৰা

Example : নিজৰ মাজতে বিচাৰ-বিশ্লেষণ কৰি সুৰেশে অধ্যক্ষৰ পদটো গ্রহণ কৰিলে

Synonyms : লোৱা, স্বীকাৰ কৰা

Meaning : কোনো দায়িত্ব, কাম আদি কৰাৰ দায়িত্বভাৰ লোৱা

Example : বিয়াৰ গোটেই দায়িত্বভাৰ মই লʼলোঁ

Synonyms : লোৱা, স্বীকাৰ কৰা