Subscribe
URL of the page has been copied to clipboard.
Meaning : যিয়ে কোনো ধৰণৰ ব্যথা বা কষ্ট পাই আছে
Example : বান পীড়িত লোকসকলক সোনকালেই সাহায্য প্রদান কৰা হʼব
Synonyms : পীড়িত, ব্যথিত
Meaning : আক্রান্ত হোৱা
Example : ৰোগ গ্রস্ত হোৱা স্বত্বেও তেওঁ চিকিৎসা কৰোৱা নাই
Meaning : যাক বা যিহক গ্রাস কৰা হৈছে
Example : ৰাহু আৰু কেতুৰ দ্বাৰা গ্রস্ত জোনটোক দেখা নাই
Install App