Subscribe
URL of the page has been copied to clipboard.
Meaning : ৰচী, কাপোৰ আদিত বিশেষধৰণে দিয়া পাক বা গ্রথিত ৰূপ
Example : তেওঁ ্ কাপোৰৰ গাঁথিটো খুলিব নোৱাৰিলে
Synonyms : গাঁথি, ডোৰ, বন্ধন, বান্ধ, বান্ধোন
Meaning : শৰীৰৰ অংগৰ যিখিনি অংশত ্ ভাঁজ লগাব পাৰি বা হাওলিব পাৰি
Example : মোৰ আঙুলিৰ ্ গাঁঠিত বিষ হৈছে
Synonyms : গাঁঠি, জোৰা, সন্ধি
Meaning : শৰীৰৰ কাৰণে প্রয়োজনীয় ৰস নিঃসৰণ কৰিব পৰা গাঁঠি সদৃশ এক অৱয়ব
Example : শৰীৰত কেবাধৰণৰো গ্রন্থি পোৱা যায়
Install App