Subscribe
URL of the page has been copied to clipboard.
Meaning : ভাৰতৰ যি ৰাজ্যৰ ৰাজধানী পণজী
Example : পর্যটনৰ দৃষ্টিত গোৱাৰ বিশেষ মহত্ব আছে
Meaning : মধুৰ ধ্বনি কৰা
Example : বাগিছাত কুলীয়ে গাই আছে
Meaning : ৰাগ, তাল আৰু স্বৰ অনুযায়ী কণ্ঠৰ পৰা ধ্বনি উলিওৱা কার্য
Example : তেওঁ মিঠা মাতেৰে গান গাইছে
Meaning : যিটো গোৱা হʼল
Example : গায়িকাই গোৱা গীততবোৰত বিষাদ আছে
Install App