Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word গোলমাল from অসমীয়া dictionary with examples, synonyms and antonyms.

গোলমাল   বিশেষ্য

Meaning : বহুতো মানুহে একেলগে চিঞৰ মৰা কার্য যʼত শৰীৰ হালি-জালি দুলি থাকে

Example : লʼৰা-ছোৱালীবোৰে ছাদৰ ওপৰত হাই-উৰুমি কৰি আছে

Synonyms : আটাহ, উসমিস, কিৰিলি, কুমৰধ্বনি, কেলৌ-কেচৌ, কেলৌ-মেলৌ, কোর্হাল, গণ্ডগোল, তোলপাৰ, ফুৰুলি, হাই, হাই-উৰুমি, হাল্লা, হুলদিল, হুলস্থূল, হৈ-চৈ, ৰিঙা-ৰোৱা

Meaning : ব্যৱস্থাৰ অভাৱ

Example : অব্যৱস্থাৰ কাৰণে কোনো কাম সময়মতে নহয়

Synonyms : অব্যৱস্থা, গণ্ডগোল, ঘমঘণ্ট, বিশৃংখলা, হুলস্থূল

Meaning : জানি-বুজি বা আকোৰগোজ মনোভাবৰ পৰা জন্ম হোৱা বা অপটু কাৰণত হোৱা খেলিমেলি

Example : আজিকালি প্রায়বোৰ বিভাগতে কিবা কিবা নহয় কিবা গোলমাল থাকেই

Synonyms : অব্যৱস্থা, গণ্ডগোল, ঘমঘণ্ট, ঘোটালা, বিশৃঙ্খলা

Meaning : লৰালৰি বা অস্থিৰতাৰ কাৰণে হোৱা দোধোৰ-মোধোৰ অৱস্থা

Example : অকস্মাৎ জুই লগাৰ কাৰণে খদমদম লাগি গʼল

Synonyms : উথপথপ, খদমদম, ততাতৈয়া