Meaning : সঞ্চিত বা একত্রিত কৰা
Example :
তেওঁ ঘৰ ্সাজিবৰ কাৰণে অতি কষ্ট কৰি এটা এটাকৈ পইচা গোটাইছে
Synonyms : একত্রিত কৰা, জমা কৰা, সংগ্রহ কৰা, সঞ্চিত কৰা
Meaning : বিচ্ছুৰিত বা সিঁচৰতি হৈ থকা বস্তুবোৰক কোনো এক ঠাইলৈ অনা বা একগোট কৰা
Example :
খেতিয়কে সিঁচৰতি হৈ থকা শস্যবোৰ গোটালে
Synonyms : একগোট কৰা, একত্রিত কৰা