Subscribe
URL of the page has been copied to clipboard.
Meaning : অভিযোগ, অপৰাধ, অধিকাৰ বা লেন-দেন আদিৰে সম্পর্কিত বিবাদ যাক আদালতৰ সন্মুখত কোনো এক পক্ষৰপিনৰ পৰা বিচাৰ কৰা হয়
Example : এই মোকর্দ্্মাটো আদালতৰ বিচাৰাধীন হৈ আছে
Synonyms : কেছ, মকর্দ্্মা, মোকর্দ্্মা
Meaning : কাৰোবাৰ ওপৰত অপৰাধৰ অভিযোগ, দোষ বা আৰোপ লগোৱা কার্য
Example : তেওঁ নিজৰ অভিযোগ প্রমাণ কৰিব নোৱাৰিলে
Synonyms : অভিযোগ, আৰোপ
Install App