Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বস্তু সৰি নষ্ট হোৱা বা গেলিব ধৰা কার্য
Example : পাত আদি পচনৰ ফলত সাৰ হয়
Synonyms : পচন, পচা
Meaning : কোনো বস্তু গলি যোৱা আৰু তাৰ পৰা দুর্গন্ধ ওলোৱা বিকাৰ
Example : ফলমূল, শাক-পাচলি আদি সোনকালে গেলি যায়
Synonyms : গেলি যোৱা, গেলি-পচি যোৱা
Meaning : ফল আদি বেয়া হোৱা বা গলিবলৈ ধৰা কার্য
Example : পাচিত ৰখা ফলবোৰ গেলিছে
Synonyms : টেঙা হোৱা, পঁ্চা
Meaning : যিটো নষ্ট হৈ গৈছে
Example : গেলা বস্তুখিনি ডাষ্টবিনত পেলাই দিয়া
Synonyms : বেয়া
Meaning : পুঁজেৰে ভৰি থকা
Example : গেলা ফোঁহাটো সদায় চফা কৰা উচিত
Synonyms : পকা
Install App