Subscribe
URL of the page has been copied to clipboard.
Meaning : পানীৰ তলত জমা হোৱা অশুদ্ধি বা সূক্ষ্ম উদ্ভিদ
Example : কলহবোৰ সদায় পৰিষ্কাৰ নকৰিলে তাত গেদ জমা হয়
Meaning : তৰল পদার্থৰ তলিৰ ভাগত গোট খাই থকা ময়লা
Example : তেওঁ তেলৰ গেদ ্চফা কৰি আছে
Synonyms : গেদেৰি
Install App