Meaning : ৰন্ধন প্রকৰণৰ কামত ব্যৱহাৰ কৰা গেছ
Example :
চহৰত ৰন্ধন গেছৰ ব্যৱহাৰ অধিক পৰিমাণে কৰা হয়
Synonyms : ৰন্ধন গেছ
Meaning : পাচন তন্ত্রত বদহজমৰ বাবে উৎপন্ন হোৱা বায়ু
Example :
পেটত অধিক অম্লতাৰ বাবে গেছ হয়
Meaning : দ্রৱ্যৰ আকাৰহীন অৱস্থা যাৰ ঘনত্ব সকলোতকৈ কম হয়
Example :
বায়ু গেছৰ মিশ্রণ
Meaning : বাষ্পশীল আৰু জ্বলনশীল হাইড্রʼকার্বনৰ মিশ্রণ
Example :
গেছ (খনিজ তেল..?) পৰিশোধন কৰি পেট্রʼল, ডিজেল আদি তৈয়াৰ কৰা হয়