Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বস্তু মোহাৰিলে বা খুন্দিলে যি অৱশিষ্ট পোৱা যায়
Example : লʼৰাটোৱে লদা মাটিডোখৰ কাটি-কাটি গুৰি কৰিলে
Meaning : কোনো টান বস্তুক হাত বা কোনো সঁজুলিৰ সহায়ত জোৰেৰে এনেদৰে হেঁ্চা প্রয়োগ কৰা যাৰ ফলত সি সৰু সৰু টুকুৰাত খণ্ড-বিখণ্ড হৈ পৰে
Example : আলু-পৰঠা বনাবৰ কাৰণে ললিতাই সিজোৱা আলুবোৰ পিটিকি আছে
Synonyms : পিটিকা
Meaning : কুটা বা পিচি গুৰি কৰা কাৰ্য
Example : মছলা পিচা হʼল
Synonyms : পিচা, বটা
Install App