Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word গুণা-গঁথ্া কৰি from অসমীয়া dictionary with examples, synonyms and antonyms.

গুণা-গঁথ্া কৰি   ক্ৰিয়া বিশেষণ

Meaning : ভাব-চিন্তা বা বিচাৰ সহকাৰে

Example : ভাবি-চিন্তিয়েই মই এই কামটো হাতত লৈছো

Synonyms : গুণি-পিটি, বুজি-বাজি, ভবা-গুণা কৰি, ভবা-চিন্তা কৰি, ভাবি-গুণি, ভাবি-চিন্তি

Meaning : চিন্তা সহকাৰে বা চিন্তাগ্রস্ত হৈ

Example : বজাৰলৈ যোৱা স্বামীৰ কাৰণে শ্যামাই উদ্বিগ্নতাৰে ৰৈ আছিল

Synonyms : উদ্বিগ্নতাপূর্বক, উদ্বিগ্নতাৰে, উদ্বিগ্নভাৱে, চিন্তিতভাৱে, ভবা-গুণা কৰি, ভবা-চিন্তা কৰি, ভাবি-গুণি, ভাবি-চিন্তি