Subscribe
URL of the page has been copied to clipboard.
Meaning : প্রতিধ্বনি হোৱা বা শ্্ব্দ হোৱা
Example : শংখৰ প্রতিধ্বনিত স্বৰ চাৰিওফালে প্রসাৰিত হৈছে
Synonyms : অনুনাদিত, প্রতিধ্বনিত
Meaning : ভোমোৰাৰ গুঞ্জনৰ সৈতে যুক্ত
Example : তেখেতে গুঞ্জিত উপবনৰ সৌন্দর্য উপভোগ কৰি আছে
Synonyms : গুঞ্জিত, ধ্বনিত
Meaning : গুঞ্জন কৰি থকা
Example : গায়কৰ স্বৰৰ দ্বাৰা গুঞ্জিত ভৱনত সকলো শান্ত হৈ বহি আছিল
Install App