Subscribe
URL of the page has been copied to clipboard.
Meaning : ভোমোৰাৰ গুঞ্জনৰ সৈতে যুক্ত
Example : তেখেতে গুঞ্জিত উপবনৰ সৌন্দর্য উপভোগ কৰি আছে
Synonyms : গুঞ্জৰিত, ধ্বনিত
Meaning : গুঞ্জন কৰি থকা
Example : গায়কৰ স্বৰৰ দ্বাৰা গুঞ্জিত ভৱনত সকলো শান্ত হৈ বহি আছিল
Install App