Meaning : যিজন গুজৰাটৰ নিবাসী
Example :
গুজৰাটত হোৱা ভূমিকম্পই কিমান যে গুজৰাটীক অঘৰী কৰিলে
Synonyms : গুজৰাট বাসী, গুজৰাট-বাসী
Meaning : গুজৰাট ৰাজ্যৰ ভাষা
Example :
গুজৰাটীলোকৰ মাজত থাকি থাকি ্তেওঁ গুজৰাটী কʼবলৈ ধৰিলে
Synonyms : গুজৰাটী ভাষা
Meaning : গুজৰাটত থকা বা বসতি কৰা
Example :
গুজৰাটী লোকে বহুত পৰিশ্রম কৰিব পাৰে
Meaning : গুজৰাটী ভাষাৰ সৈতে সম্বন্ধ থকা বা গুজৰাটী ভাষাৰ
Example :
তেওঁ নৰসিংহ মেহতাই লিখা গুজৰাটী গ্রন্থ পঢ়ি আছে
Meaning : গুজৰাট সম্বন্ধীয়
Example :
নৱৰাত্রিত গুজৰাটী লোকে দাণ্ডি নৃত্য কৰে