Meaning : আদালতত কোনো গোচৰ উপস্থাপন কৰা ব্যক্তি
Example :
ফৰিয়াদীয়ে নিজৰ পক্ষক সবল কৰিবলৈ ভালেমান প্রমাণ গোটাইছে
Synonyms : অভিযোগকাৰী, ফৰিয়াদী
Meaning : অভিযোগ লগোৱা কার্য
Example :
তেওঁ বহুত ্ ভাবি-চিন্তি গুচৰীয়াৰ আঁচনি প্রস্তুত কৰিছে
Synonyms : ফৰিয়াদী