Subscribe
URL of the page has been copied to clipboard.
Meaning : গিলা কার্য
Example : সাপটোৱে এটা ভেকুলী গিলাৰ পিছত দ্বিতীয় ভেকুলীৰ ফালে বেগাই গʼল
Meaning : মুখৰ সহায়ত খাদ্য আদি পেটলৈ লৈ যোৱা কার্য
Example : লʼৰাজনৰ ভাত খোৱা হʼল বেমাৰীজনে ঔষধটো গিলিলে
Synonyms : আহাৰ কৰা, খোৱা, ভক্ষণ কৰা, ভোজন কৰা
Meaning : মদ সেৱন কৰা
Example : উৎসৱৰ দিনাখনো তেওঁ ্খায়
Synonyms : খোৱা, পান কৰা
Meaning : খাদ্যনলীৰে কোনো বস্তু ডিঙিৰ তল অংশলৈ লৈ যোৱা
Example : সাপে ভেকুলীটো গিলি থʼলে
Synonyms : গিলি থোৱা
Install App