Subscribe
URL of the page has been copied to clipboard.
Meaning : গাঢ় কৰা
Example : গাখীৰখিনি আৰু অধিক ডাঠ কৰা
Synonyms : ডাঠ কৰা
Meaning : যিটো গভীৰ ৰং যুক্ত
Example : নৌ-সেনাৰ পোছাকযোৰ গাঢ় নীলা ৰঙৰ
Meaning : বহুত ভাল ধৰণৰ
Example : তেওঁ গভীৰ টোপনি মাৰি আছিল
Synonyms : গভীৰ
Meaning : বহুত ওচৰৰ বা বহুত কাষৰ
Example : ৰাম মোৰ ঘনিষ্ঠ বন্ধু ৰাম আৰু শ্যামৰ মাজত অন্তৰঙ্গ বন্ধুত্ব আছে
Synonyms : অন্তৰংগ, অন্তৰঙ্গ, অন্যতম, আপোন, ঘনিষ্ঠ, নলে-গলে লগা, সনা-পিঠা, সহৃদয়
Meaning : যি তৰল নহয় বা যʼত পানীৰ মাত্রা কম
Example : গাখীৰখিনি মথোতে মথোতে গাঢ় হৈ পৰিল
Synonyms : গোটা
Install App