Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বস্তু বা মানুহ আদি এঠাইৰ পৰা আন এঠাইলৈ লৈ যাব পৰা চকা থকা বাহন
Example : আমি ৰাস্তাত থিয় হৈ যিকোনো গাড়ী অহালৈ বাট চাই আছিলোঁ
Meaning : মটৰ বা যন্ত্রৰে চলা চাৰিচকীয়া বাহন
Example : তেওঁ ্ গাড়ীৰে চহৰৰ ফালে গৈছে
Synonyms : মটৰ, মটৰ গাড়ী
Install App