Meaning : গছ-গছনিৰ পাত আৰু ঠাল-ঠেঙুলি আদি ভাঙিলে ওলোৱা এক ধৰণৰ বগা ৰসযুক্ত পদার্থ
Example :
ছিঙা পাতখিনিৰ পৰা গাখীৰ ওলায় আছিল
Meaning : শস্যৰ সেউজীয়া বা কেঁচ্া বীজৰ বগা ৰঙৰ ৰস
Example :
কেঁচ্া মাকৈ, ঘেঁহু আদি চেপিলে গাখীৰ ওলায়