Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বস্তুৰ বা বস্তু আদিৰ আউল লগা বা নিজৰ মাজতে ফচি যোৱা কার্য
Example : শ্যামে ৰছিডালৰ গাঁঠি গুচাই আছে
Meaning : শৰীৰৰ অংগৰ যিখিনি অংশত ্ ভাঁজ লগাব পাৰি বা হাওলিব পাৰি
Example : মোৰ আঙুলিৰ ্ গাঁঠিত বিষ হৈছে
Synonyms : গ্রন্থি, জোৰা, সন্ধি
Install App