Meaning : কোনো তৰল পদার্থৰে শৰীৰ তিওৱা কার্য
Example :
তুমিচোন ঘামেৰে গা-ধুই পেলালা
Meaning : শৰীৰ চাফা কৰিবলৈ পানীৰে ধোৱা কার্য
Example :
ককাদেউতাই জাৰৰ দিনত কুহুমীয়া পানীৰে গা-ধোৱে
Synonyms : প্রক্ষালন কৰা, স্নান কৰা