Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word গহ্বৰ from অসমীয়া dictionary with examples, synonyms and antonyms.

গহ্বৰ   বিশেষ্য

Meaning : মাটিৰ ভিতৰভাগত জীৱ-জন্তু থাকিবলৈ খান্দি লোৱা ঠাই বিশেষ

Example : সাপটো নিজৰ ্গাঁতত সোমাই পৰিল

Synonyms : গাঁত, বিবৰ, বিৱৰ

Meaning : মাটি, পাহাৰ আদিৰ তলত বা ভিতৰত জন্তু আদি বাস কৰিব পৰা আহল-বহল আৰু মুকলি ঠাই:সিংহ গুহাত থাকে

Example :

Synonyms : কন্দৰ, গুহা