Subscribe
URL of the page has been copied to clipboard.
Meaning : অতি সূক্ষ্মকৈ
Example : এই তথ্যৰ খবৰ পাবৰ কাৰণে গভীৰ অধ্যয়নৰ আৱশ্যক
Synonyms : গভীৰ
Meaning : যাৰ কোনো অৱয়ব বা অংশ ওচৰে-ওচৰে থাকে বা ইটো-সিটো লগলাগি থাকে
Example : চিকাৰ ঘন জংঘলত সোমাই গʼল আৰু চিকাৰী শুদা হাতে উলটি আহিল
Synonyms : ঘন, ডাঠ
Install App