Subscribe
URL of the page has been copied to clipboard.
Meaning : স্ত্রীৰ পেটৰ যি ঠাইত গর্ভ ্বা কেচুৱা থাকে
Example : গর্ভাশয়জনিত ৰোগৰ কাৰণে সীতা মাক হʼব নোৱাৰিলে
Synonyms : গর্ভাশয়, ্যোনি
Meaning : মেৰুদণ্ডী প্রাণীৰ পোৱালি ্গর্ভত ্থকা প্রাৰম্ভিক অৱস্থা
Example : ভ্রুণ হত্যা কৰা এক অপৰাধ
Synonyms : ভ্রুণ
Meaning : শৰীৰৰ বুকুৰ তলৰ অংশ বা ভাগ:তিনি দিন খোৱা-বোৱা নকৰাত তেওঁৰ পেট-পিঠি সমান হৈ আছিল
Example :
Synonyms : উদৰ, জঠৰ, পেট
Install App