Subscribe
URL of the page has been copied to clipboard.
Meaning : অতি সূক্ষ্মকৈ
Example : এই তথ্যৰ খবৰ পাবৰ কাৰণে গভীৰ অধ্যয়নৰ আৱশ্যক
Synonyms : গহন
Meaning : বহুত ভাল ধৰণৰ
Example : তেওঁ গভীৰ টোপনি মাৰি আছিল
Synonyms : গাঢ়
Meaning : যাৰ বিস্তাৰ তলৰ ফাললৈ বেছি
Example : তেওঁ দ পুখুৰীত ডুব গʼল
Synonyms : অগাধ, অগাধনি, অতল, অথাউনি, অথানি, দ
Install App