Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word গধূলি from অসমীয়া dictionary with examples, synonyms and antonyms.

গধূলি   বিশেষ্য

Meaning : দিন আৰু ৰাতিৰ সন্ধিক্ষণ, যি সময়ত গৰু-গাই চৰি ঘূৰি আহোঁতে পথত ধূলি উৰে

Example : তেওঁ গধূলিতে ঘৰৰ পৰা ওলাল

Synonyms : গধূলা, গধূলি-বেলিকা, গধূলিবেলা, দিনান্ত, মগৰীব, সন্ধিয়া, সন্ধ্যা, সন্ধ্যাবেলা, সাঁজ, সায়াহ্ন

Meaning : দিনৰ শেষ হোৱা আৰু ৰাতিৰ আৰম্ভ হোৱা সময়ছোৱা

Example : সন্ধিয়া হোৱাৰ লগে-লগে তেওঁ ঘৰৰ ্ পৰা ওলাল

Synonyms : সন্ধিয়া, সন্ধ্যা