Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word গতিহীন from অসমীয়া dictionary with examples, synonyms and antonyms.

গতিহীন   বিশেষণ

Meaning : যি নিজৰ ঠাইৰপৰা আঁতৰিব নোৱাৰে বা যাৰ গতি নাই

Example : পাহাৰ-পর্বত স্থিৰ

Synonyms : অচল, অচৰ, অটল, অবিচল, অলৰ, অলৰ-অচৰ, থিৰ, দৃঢ়, নিশ্চল, স্থাণু, স্থিতিশীল, স্থিৰ

Meaning : যি চলা-ফুৰা কৰিব নোৱাৰে

Example : গছবোৰ সজীৱ সত্ত্বেও অচল

Synonyms : অচল, অচৰ, অলৰ-অচৰ, গতিৰহিত, ঠৰ, নিথৰ, নিশ্চল, বেগহীন, স্থবিৰ, স্থানু, স্থিতিশীল, স্থিৰ

Meaning : যাৰ গতি নাই, কিন্তু গতি দিব পৰা যায়

Example : গতিহীন গাড়ীখন হঠাৎ চলিবলৈ ধৰিলে

Synonyms : অগতি, গতিশূন্য, স্থিৰ

Meaning : ৰৈ থকা

Example : বন্ধ হৈ থকা কাম পুনৰ আৰম্ভ কৰা হৈছে

Synonyms : বন্ধ