Subscribe
URL of the page has been copied to clipboard.
Meaning : যি নিজৰ ঠাইৰপৰা আঁতৰিব নোৱাৰে বা যাৰ গতি নাই
Example : পাহাৰ-পর্বত স্থিৰ
Synonyms : অচল, অচৰ, অটল, অবিচল, অলৰ, অলৰ-অচৰ, থিৰ, দৃঢ়, নিশ্চল, স্থাণু, স্থিতিশীল, স্থিৰ
Meaning : যি চলা-ফুৰা কৰিব নোৱাৰে
Example : গছবোৰ সজীৱ সত্ত্বেও অচল
Synonyms : অচল, অচৰ, অলৰ-অচৰ, গতিৰহিত, ঠৰ, নিথৰ, নিশ্চল, বেগহীন, স্থবিৰ, স্থানু, স্থিতিশীল, স্থিৰ
Meaning : যাৰ গতি নাই, কিন্তু গতি দিব পৰা যায়
Example : গতিহীন গাড়ীখন হঠাৎ চলিবলৈ ধৰিলে
Synonyms : অগতি, গতিশূন্য, স্থিৰ
Meaning : ৰৈ থকা
Example : বন্ধ হৈ থকা কাম পুনৰ আৰম্ভ কৰা হৈছে
Synonyms : বন্ধ
Install App