Subscribe
URL of the page has been copied to clipboard.
Meaning : শত্রুৰ পৰা ৰক্ষা পাবৰ কাৰণে চাৰিওপিনৰ পৰা দেৱালেৰে আগুৰা আৰু সুদৃঢ়ভাৱে সজা ভৱন
Example : মোগল যুগৰ দুর্গবোৰ স্থাপত্য কলাৰ ভাল নিদ্্র্শন
Synonyms : কিলা, কিল্লা, কোঠ, দুর্গ
Meaning : একতকৈ অধিক ৰাশি যোগ কৰি সেই সংখ্যাৰে ভাগ কৰিলে লাভ কৰা ৰাশি
Example : দুই আৰু চাৰিৰ মধ্যমান ৰাশি তিনি
Synonyms : মধ্যমান
Meaning : সুৰক্ষাৰ কাৰণে চাৰিওফালে সাজি লোৱা দেৱাল
Example : সৈনিকে গড় ভাঙি কিল্লাটোত সোমাই পৰিল
Synonyms : কোঠ, প্রাচীৰ
Install App