Subscribe
URL of the page has been copied to clipboard.
Meaning : বেৰ আদিত বিন্ধিবলৈ কাঠ, লোহা আদিৰে নির্মিত শকত পিন
Example : সীতাই কাপোৰ ওলমাবলৈ বেৰত গজাল মাৰিছে
Synonyms : খুঁটি, গোঁজ
Meaning : কʼৰবাত বিন্ধিবলৈ বা পুতিবলৈ ব্যৱহাৰ কৰা লোহা বা কাঠৰ মিহি খুঁটি
Example : ৰামে কাপোৰ ওলমাবলৈ বেৰত গজাল মাৰিছে
Synonyms : গোঁজ
Meaning : ধাতুৰে তৈয়াৰী শাল বা খিলা
Example : তেওঁ চিগা চেণ্ডেলজোৰত গজাল মাৰি আছে
Install App