Meaning : আকাশক চুব পৰাৰ সমান ওখ
Example :
চহৰত গগনচুম্বী ভৱন দেখিবলৈ পোৱা যায়
Synonyms : উত্তুংগ, গগনচুম্বী, ্গগনস্পর্শী
Meaning : গগন বা আকাশক ভেদ কৰোতা বা বহুত তীব্র
Example :
পোন্ধৰ আগষ্টৰ দিনাখন গগনভেদী শ্লোগানেৰে আকাশ মুখৰিত হৈ আছিল
Synonyms : আকাশভেদী