Subscribe
URL of the page has been copied to clipboard.
Meaning : চৰাই, জন্তু আদি ভৰাই থʼবলৈ লোহা, বাঁহ আদিৰে সজা যতন বিশেষ
Example : ভাটৌটো সজাৰ পৰা উৰি গʼল
Synonyms : পিঁজৰা, পিঞ্জৰ, পিঞ্জৰা, সজা
Meaning : ধাতুৰ দীঘল মাৰি লগোৱা এবিধ ডাঙৰ পিঞ্জৰা
Example : গঁৰ্ালত বন্দী কৰাত সিংহটোৱে গোঁজৰি আছিল
Synonyms : গঁড়্াল
Install App