Subscribe
URL of the page has been copied to clipboard.
Meaning : ব্যৱহাৰ বা কামত অহা
Example : ৰাজগীৰে এই ঘৰটোত এশ বস্তা চিমেণ্ট লগালে
Synonyms : লগোৱা
Meaning : কোনো বস্তু মানুহৰ সন্মুখত ব্যৱহাৰ কৰিবৰ কাৰণে ৰখা বা আনক ব্যৱহাৰ কৰিবলৈ দিয়া
Example : মহাজন ধনীৰামে নিজৰ লʼৰাৰ জন্মদিনত বহুত ধন খৰচ কৰিলে
Synonyms : ক্ষয় কৰা, নোহোৱা কৰা, শেষ কৰা
Install App