Meaning : কোনো বস্তু প্রয়োজনতকৈ অধিক ব্যৱহাৰ হোৱা বা নষ্ট হোৱা
Example :
এই গাড়ীখনে বহুত পেট্রʼল খায়
Synonyms : লোৱা
Meaning : জুলীয়া বস্তু মুখত লৈ গলেৰে লৈ যোৱা
Example :
সি গাখীৰ খাইছে মানুহজনে মদ্য পান কৰিছে
Synonyms : গলাধঃকৰণ কৰা, পান কৰা, পি-খোৱা
Meaning : চিন্তা, বেমাৰ আদিৰ পৰা শৰীৰৰ ওপৰত কুপ্রভাৱ পৰা বা কাৰোবাৰ মৃত্যু হোৱা
Example :
বোৱাৰীৰ মৃত্যুৰ পিছতো মাক চিন্তাই খাই মাৰিছে
Meaning : বাহি থোৱা ভোজন গ্রহণ কৰা
Example :
কথা সমাপ্তিৰ পিছত ভক্ত সকলে শাৰী পাতি বহি খাই আছিল
Synonyms : ভোজন কৰা
Meaning : কোনো খোৱা বস্তু মুখৰ ভিতৰত সুমুৱাই লৈ ইফালে-সিফালে কৰা
Example :
তেওঁ মর্টন ্চোৱাই আছে
Synonyms : চোৱোৱা
Meaning : বতাহ, সেমেকা বতৰ আদিত ধাতু নষ্ট হোৱা অৱস্থা
Example :
বৰষুণত লোহা মামৰে খায়
Synonyms : ধৰা
Meaning : ব্যক্তিৰ গুণ আদি নষ্ট কৰা
Example :
অহংকাৰে মানুহক বর্বাদ কৰে
Synonyms : নষ্ট কৰা, বর্বাদ কৰা