Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word খোলা from অসমীয়া dictionary with examples, synonyms and antonyms.

খোলা   বিশেষ্য

Meaning : শামুক বা তেনেধৰণৰ জন্তুৰ কঠিন আৱৰণ

Example : মায়ে খোলাৰে মালা চিলাই আছে

Synonyms : কৱচ, খোলক

Meaning : ওপৰত থকা কোনো তৰপ বিশেষ যাৰ তলত কোনো ফল বা জীৱ থাকে

Example : বাদামৰ ওপৰত বহুত টান খোলা থাকে

Synonyms : আৱৰণ, কবচ

Meaning : বিশেষকৈ কয়লা বা খৰিৰে জুই ধৰা লোহা, মাটি আদিৰ মুখ থকা এক পাত্র বা ঠাই বিশেষ

Example : তেওঁ জুহালত চাহ বনাই আছে

Synonyms : আখা, জুইশাল, জুহাল

খোলা   ক্ৰিয়া

Meaning : কোনো বস্তুৰ সন্মুখৰ আচ্ছাদন বা ওপৰৰ আৱৰণ আঁতৰোৱা

Example : সময় হোৱাৰ লগে লগে মঞ্চৰ আঁৰ্কাপোৰ খোল খালে

Synonyms : খোল খোৱা

Meaning : চিলাই, বোৱনী আদিৰ সূতা পৃথক কৰা

Example : সীমাই চেলোৱাৰৰ চিলনি খুলিছে

Synonyms : এৰোৱা

Meaning : গুপ্ত বা গূঢ় কথা প্রকট বা স্পষ্ট কৰা

Example : তেওঁ নিজৰ প্রেম বিবাহৰ ৰহস্য খুলিলে

Meaning : বন্ধা অথবা জোৰা লগোৱা বস্তু আঁতৰি যোৱা

Example : মোৰ ধুতিখন খুলি গʼল আপোনাৰ কামিজৰ বুটামটো খুলি গʼল

Synonyms : খুলি যোৱা

Meaning : ঢকা বা বাধা দিয়া বস্তু আঁতৰোৱা

Example : কোনোবা আদিছে, দুৱাৰখন খোলা

Meaning : কোনো সঁজুলিৰ মেৰামতি কৰিবৰ বাবে তাৰ অংগবোৰ পৃথক কৰা

Example : ঘড়ীৰ মেকানিকে বেটাৰী লগাবৰ বাবে ঘড়ীটো খুলিলে

Meaning : পিন্ধা বস্তু পৃথক কৰা

Example : লʼৰাটোৱে গা-ধোৱাৰ কাৰণে নিজৰ কাপোৰ খুলিলে

Synonyms : সোলোকোৱা

Meaning : বন্ধন, গাঁঠি আদি খোলা

Example : জোতাৰ ৰচীডাল খোলা

Meaning : নিতৌ কার্য আৰম্ভ ্হোৱা

Example : এই বেংকটো ন বজাত খোলে

Meaning : গুপ্ত বা গূঢ় কথা প্রকাশ হোৱা

Example : তেওঁৰ ৰহস্য খুলিল

Synonyms : ওলোৱা, ফাদিল হোৱা

Meaning : নতুনকৈ আৰম্ভ কৰা

Example : প্রতিবেশীয়ে বাচনৰ আৰু এখন দোকান খুলিলে

Meaning : বেংক আদিত খাটা আৰম্ভ কৰা

Example : ইয়াৰ সকলো কর্ম্্চাৰীয়ে কানাড়া বেংকত খাটা খুলিছে

খোলা   বিশেষণ

Meaning : যিটো বান্ধি ৰখা হোৱা নাই:মুকলি হৈ থকা চৰাইবোৰে আকাশত আনন্দতে কিচিৰ-মিচিৰ কৰি আছে

Example :

Synonyms : অনাচ্ছাদিত, অনাবৃত, উদং, উন্মুক্ত, ঢঢৈয়া, ধোবাং বাং, ফলং, ফলং-লং, ফলংলঙীয়া, ফলঙা, মুকলি, মুকলি-হাকলি

Meaning : ঢাকি নৰখা বা আৱৰি নৰখা

Example : উদং হৈ থকা বস্তুবোৰ ঢাকি ৰাখা

Synonyms : অনাচ্ছাদিত, অনাবৃত, অনাৱেষ্টিত, আৱৰণহীন, উদং, উন্মুক্ত, ঢঢৈয়া, ঢাকনহীন, ধোবাং বাং, ফলং লং, ফলংলঙীয়া, ফলঙা, মুকলি, মুকলি-হাকলি

Meaning : যিটো বন্ধ নহয়

Example : খোলা দুৱাৰেদি কুকুৰটো ভিতৰলৈ আহিল

Meaning : কঠোৰতাৰ শুধৰণি বিচৰা তথা প্রগতিশীল বিচাৰধাৰাৰ সমর্থক

Example : সমাজত উদাৰ ব্যক্তিৰ বহু প্রয়োজন আছে

Synonyms : অকপট, উদাৰ, উদাৰ-চিতীয়া, উদাৰ-মনা, উদাৰচিত্ত, উদাৰচেতা, উদাৰমতি, উদাৰমনা, খোলামনৰ, পেটেমুখে একে, মনে মুখে একে