Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো এক স্থানত বিভিন্ন ঠাইৰ পৰা আহি লগ-লগা ৰেখা বা ধৰাতলৰ কাষৰ ঠাই:বজাৰৰ দক্ষিণ কোণত মিঠাইৰ দোকানখন আছে
Example :
Synonyms : কোণ, কোণা, খোহ, চুক
Meaning : চাৰিওফালে বেৰ আদিৰে আৱৰি ৰখা ঘৰৰ সৰু অংশ:মোৰ কোঠাটো দুই নম্বৰ পথৰ সমীপতে আছে
Synonyms : কক্ষ, কামৰা, কুঠলি, কুঠৰী, কেবিন, কোঠা, কোঠালি, খোটালি, ৰূম
Install App