Meaning : তুচ্ছ অথবা অতি সাধাৰণ ভাৱে কৰা ব্যৱহাৰ
Example :
নিজৰ কামৰ সৈতে খেলা কৰা উচিত নহয়
Synonyms : ৰং-ধেমালি
Meaning : খেলৰ প্রদর্শন
Example :
চার্কাচৰ বাহিৰৰ জাননী ফলকত খেলৰ সলনি হোৱা সময়সূচী মাৰি থোৱা আছিল
Synonyms : খেল
Meaning : মন আনন্দিত কৰিবলৈ বা ব্যায়াম আদিৰ বাবে ইফালে-সিফালে জঁপিওৱা, উল্লাস আদি কৰা
Example :
লʼৰা-ছোৱালীবোৰে খেলপথাৰত খেলি আছে
Synonyms : ক্রীড়া কৰা