Meaning : ভয় খুৱাই বা চক খুৱাই ইফালে-সিফালে ভগোৱা কার্য
Example :
লʼৰা-ছোৱালীবোৰে জন্তুবোৰক চিঞৰি-বাখৰি খেদিলে
Synonyms : উচাপ খুওৱা
Meaning : কোনোৱে কʼৰবাৰ পৰা আঁতৰি যাবলৈ বাধ্য হোৱাকৈ কৰা কাম
Example :
ভাৰতীয় বীৰসকলে শত্রুক খেদি পঠালে
Synonyms : খেদি পঠোৱা