Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word খেতি-পথাৰ from অসমীয়া dictionary with examples, synonyms and antonyms.

খেতি-পথাৰ   বিশেষ্য

Meaning : শস্য উৎপাদন কৰিবলৈ খেতিৰ চাৰিওফালে জেওৰা আদিৰে ঘেৰি দিয়া ঠাই

Example : এই খেতিপথাৰখন যথেষ্ট সাৰুৱা

Synonyms : খেতি পথাৰ, খেতি মাটি, খেতিপথাৰ, পথাৰ, ভূঁই, শস্যক্ষেত্র