Subscribe
URL of the page has been copied to clipboard.
Meaning : একপ্রকাৰৰ খোৱা ফল
Example : তেওঁ খেজুৰ খাই আছে
Synonyms : খাজুৰ
Meaning : তাল গছৰ দৰে এবিধ গছ, যাৰ ফল খোৱা হয়
Example : খেজুৰ গছ ওখ আৰু ডালবিহীন
Synonyms : খাজুৰ, খাজুৰ গছ, খাজুৰি, খাজুৰি গছ, খেজুৰ গছ, খেজুৰি, খেজুৰি গছ
Meaning : খেজুৰ গছৰ বীজ যাক ফল-মূল হিচাপে ধৰা হয়
Example : কান্দি থকা শিশুটোক খুৰাই খেজুৰ খাবলৈ দিলে
Install App