Subscribe
URL of the page has been copied to clipboard.
Meaning : কণী ফুটি ওলোৱা ডেউকা আৰু পাখি থকা এবিধ উৰিব পৰা প্রাণী
Example : বিলৰ পাৰত ৰং-বিৰঙৰ চৰাই পৰি আছে
Synonyms : খগ, গগণপতি, চৰাই, পক্ষধৰ, পক্ষী, পখী, পতগ, পত্রী, বিহংগম, বিহগ
Meaning : নীচ মনৰ আৰু নীচ চৰিত্রৰ ব্যক্তি:তেওঁ এক নম্বৰ লম্পট
Example :
Synonyms : কামুক, খেচেৰা, চৰিত্রহীন, দুশ্চৰিত্র, বদমাচ, ব্যভিচাৰী, লম্পট, লুচ্ছা
Meaning : যি ব্যভিচাৰ কৰে
Example : আদিবাসীসকলে এজন ব্যভিচাৰী ্কর্ম্্চাৰীক ধৰিলৈ বহুত পিটিলে
Synonyms : কামী, কামুক, খেচেৰা, ব্যভিচাৰী, লম্পট, লুচ্ছা
Install App