Subscribe
URL of the page has been copied to clipboard.
Meaning : ধান, চাউল আদি খুন্দিবলৈ বা বানিবলৈ ব্যৱহাৰ কৰা কাঠ বা শিলৰ দ পাত্র বিশেষ:তেওঁ ্ উৰালত ধান বানি আছে
Example :
Synonyms : উৰল, উৰাল, উৰুখল, হামনদিস্তা
Meaning : কোনো বস্তু পিচিব পৰা শিলৰ বা লোহাৰ টুকুৰা
Example : কবিৰাজে খুন্দনাত কিছুমান ঔষধ পিচি আছে
Synonyms : পটা, পিহনা
Install App