Subscribe
URL of the page has been copied to clipboard.
Meaning : শিল, কাঠ আদিৰে বনোৱা গোলাকাৰ, চাৰিচুকীয়া থিয় ওখ খণ্ড বা এনেকুৱা আকাৰৰ এক গঠন
Example : স্তম্ভৰ পৰা ভগৱান নৰসিংহ আৱি্র্ভাব হৈছিল
Synonyms : পিলাৰ, স্তম্ভ, স্থানু
Meaning : পালেং, চকী আদিৰ তলত থকা সৰু স্তম্ভসদৃশ অংশ যাৰ সহায়ত তাৰ বাকী অংশ থিয় হৈ থাকে
Example : এই পালেঙখনৰ এটা খুৰা ভাঙি থাকিল
Synonyms : খুৰা
Meaning : বিষাক্ত পোক-পতঙ্গ, জন্তু আদিয়ে দাতেৰে কামোৰা কার্য
Example : খেতিয়কজনক খেতি-পথাৰত সাপে খুটিলে
Synonyms : কামোৰা, ডকা
Install App