Subscribe
URL of the page has been copied to clipboard.
Meaning : যোগ্যতা সন্মান আদি সূচোৱা শ্্ব্দ যাক কোনো নামৰ লগত লগোৱা হয়
Example : শ্যামক ডক্টৰেট উপাধিৰে সন্মানিত কৰা হʼল
Synonyms : উপাধি, পদবী
Meaning : কোনো পদৰ বিশেষ নাম বা সংজ্ঞা
Example : বিগ্রেডিয়াৰ এটা পদবীৰ নাম
Synonyms : পদবী, বাব
Install App