Subscribe
URL of the page has been copied to clipboard.
Meaning : হাতত পিন্ধা এবিধ গহণা:শীলাই সোণৰ খাৰু পিন্ধি আছিল
Example :
Synonyms : কংকণ, কঙ্কণ
Meaning : গোলাকাৰ বস্তু
Example : মোৰ ওচৰত এপাত ৰূপৰ খাৰু আছে তেওঁৰ মুখত চুলিৰ বলয় ওলমি আছে
Synonyms : বলয়, বৃত্ত
Meaning : কোনো বস্তু আদিক আটক কৰিবলৈ লগোৱা সৰু খাৰু বিশেষ
Example : তেওঁ ্ দুৱাৰৰ শিকলিডাল খাৰুত লগাই তলা মাৰি দিলে
Synonyms : খাৰুৱা
Meaning : শিকলিৰ ৰচীৰ এক অংশ
Example : শিকলিৰ আঙুঠি চিগি বলদটোৱে খেতিৰ ফালে দৌৰিলে
Synonyms : আঙুঠি
Install App