Meaning : যিটো স্বীকৃত নহয় বা স্বীকাৰ কৰা হোৱা নাই
Example :
চৰকাৰে শ্রমিকসকলৰ দাবী খাৰিজ কৰিলে
Synonyms : অননুমোদিত, অস্বীকৃত, নামঞ্জুৰ, প্রত্যাখ্যাত
Meaning : এৰা বা ত্যাগ কৰা বা পৃথক কৰা
Example :
সমাজৰ পৰা বহিষ্কৃত কৰা মানুহৰ ঘৰৰ লগত কোনো লোকে সম্পর্ক ্বজাই ৰাখিব নিবিচাৰে
Synonyms : বহিষ্কৃত
Meaning : বাহিৰ কৰা বা উলিয়াই পঠিওৱা
Example :
প্রতিযোগিতাৰ পৰা বহিষ্কৃত খেলুৱৈসকলে কৈফিয়ৎ দিয়াৰ কাৰণে আৰু এবাৰ সুযোগ প্রদান কৰা হʼব
Synonyms : বহিষ্কৃত